পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

[ ৮৫ ] বাকী উপষে বা গজ দেখা বিদ্যমান। কহে কায়স্থ বাপু দেউল প্রমাণ। ১১। গােপী বিৰহৰ গীতৰ অঙ্ক : সখিহে অত দুখ কৈব ফাৰ ঠাই। আসিলে মাধবী মাস নাহিলে কানাই। এয়োদশ সম কৰি বন-বস্তু, পৰিহৰি। ললাটত ইহাৰ সমান। ৰাম সাগৰে পৰি, নিশাপতি উনকৰি। তাকে ভূষি জিবো পৰণ। ভাঙন:-গােপীয়ে গােপীয়ে কোৱা কুই কৰিছিল । মাধবী মাস (চত বহাগ)।(১৩,৫৮)। তেৰৰ পৰা (বান+ বস্তু) বা (+r} বাদ দিলে, শূন্য থাকে। ৰাম (৩), সাগৰ (৭ঃ, এতেকে (৩৭) বা ২১। নিশাপতি (১) এতে বাকী বিশ। ১২) ৰ অৰি ৰিপ মিতা। তান সেৱকৰ পিতা। বাহমক দেখি লাগে মৈঃ। তিন অক্ষৰ ধৰি শেষাৰ পৰিহৰি । কান স্থাতে সৰে ভূহে তনু। ভাঙনী সুৰ দেৱতা) অৰি (ৰাক্ষস বাবণ , বিপু (বাবণৰ শুক্র ৰাম ), মিতা (ৰামৰ মিতা সুগ্রীক), সেৱকৰ পি [ ( হনুমানৰ পিতা) (বায়ু)], বাহনক { বায়ুৰ বাহণ-হৰিণ ), সৈ ( মৰম)। উত্তৰ :- হৰিণ শব্দৰ শেষাক্ষৰ এৰিলে হৰি পাক (সুত) কামদের।