পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১০০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


________________

{ ৮৪ } একগিৰি গৃহস্থৰ জুইৰ মাজে ভৈলা বাট। তিনি শ ষাঠীটা ইবে তাতে ছিল। গাত। হেন দেখি গিৰি পাছে এক্ষুক ধৰি। মাৰিব লাগিলা নানা বিকন কৰি। এন্দুৰে বােলগ্ন গিৰি নেমাৰিবা মােক। গাৱে ৰাঠী পৰা কৰি ধান দিব টোক। কহিয়ে কায়স্থ সব কৰি এক মন। এন্দুৰত ধান গিৰি পাৱে কত মােখ। হেনজানি কায়স্থে যে মনে শুনি চাইল। তিনি শ যাঠা পুৰ, এক পূৰায়ে পূৰিল। এই দৰে তাক পৰি মনে জানিও। কিতাপত চাই আৰ প্ৰমাণ লওক। উত্তৰ-৭২/ মােশ। । তিনি কাৰণ কৰিৰ যে আছিলেক বিল। তিনি শ ষাঠীটা তাতে নামিলেক চিল। তুমি সব আশি কিছু নামিল বিলত। তিনি কাৰণ কৰি আৰে লাগিল। চিলত। কহিয়ো কায় সব ইহাৰ কথাক। চিত্র সকলত কৰি পৰিলেক কত ? উওৰ —চিলে প্রতি দহ কৰা দুই ক্রান্তি। ১০। আছিল দেউল এক বিচিত্র গঠন। ক্রোধে জলে পেলাই দিলে পবন নন্দন। অর্ধেক পঙ্কেতে তাৰ তেহাই চলিলে । দশম জাগৰ ভাগ চেলেনীৰ তলে।