পৃষ্ঠা:কাইথেলী অঙ্ক.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
একাদশ বছৰৰ দ্বিতীয় অধিবেশন৷

    শনিবাৰ, ১০ আঘােন ১৮৪৯ শঁক,
     ২৬।১১।২৭ ইং

+  +  +  +

৩৷ কাইথেলী অঙ্ক পুথিৰ সম্পৰ্কে পৰীক্ষক সকলৰ ৰেপট পাঠ কৰা হল৷ আৰু সৰ্ব্ব সম্মতি ক্ৰমে উক্ত পুথি সংগ্ৰহ কৰ্ত্তাক ১০০ এশ টকা দি পুথি প্ৰকাশৰ সম্পৰ্কে সহায় কৰিবলৈ স্থিৰ কৰা হ’ল৷ +++

       স্বাক্ষৰ
   শ্ৰীপূৰ্ণানন্দ শৰ্ম্মা
   প্ৰধান সম্পাদক।
১০ আঘোন, ১৮৪৯ শক।
স্বাক্ষৰ—      
শ্ৰীৰাধাকান্ত সন্দিকৈ
সভাপতি       
২৬।১২।২৭