পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সূচী

 বিষয়   ছেদ
প্ৰথম অধ্যায়
 ঐতিহ্য আৰু বুৰঞ্জীত•••   ...   ১–১৭
 কলিতা শব্দৰ ৰূপভেদ  ...   
 পশ্চিমৰ কলিতা পণ্ডিত   ...  ২–৩
 কলৰ তলৰ কলিতা    ...   
 পূব-অসমৰ কলিতা দেশ   ...  ৫–৮
 বোনাইগৰ, সম্বলপুৰৰ কলিতাৰ ঐতিহ্য   ...   ১০–১১
 বৌদ্ধ কলিতাৰ পৰিযাত্ৰা   ...  ১২–১৩
 কলিতা পুৰোহিত •••   ...   ১৪–১৫
 পুৰণি অসমত কলিতাৰ প্ৰতিপত্তি   ...   ১৬–১৭
দ্বিতীয় অধ্যায়
 বৌদ্ধ জাতকত    ...  ১৮–৩০
 বৌদ্ধশাস্ত্ৰৰ কোলিত গ্ৰাম আৰু কোলিত উপাধি   ১৮
 কোলিয় ক্ষত্ৰিয়    ...   ১৯–২০
 কোলিয়ৰ ক্ষত্ৰিয় উৎপত্তি ...   ২১–২২
 কোল-গছৰ কোলিয়   ...   ২৪
 বুদ্ধদেৱৰ অস্থিৰ ভাগ   ...   ২৬
 কোলিয়ৰ ভাগৰ অস্থিৰ সুকীয়া ব্যবস্থা   ...   ২৭–২৮
 কোলিয়-কোলিতা    ...    ২৯