পৃষ্ঠা:কলিতা জাতিৰ ইতিবৃত্ত.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
কলিতা জাতিৰ ইতিবৃত্ত


কৰা হৈছে। মাৰ্টিন চাহাবে যে কায়স্থ বুলি জাতি এটিৰ কথা নেজানিছিল তেনে নহয়। বৰং কলিতাই কেনেকৈ অলপ লিখাপঢ়া শিকি কায়স্থ বুলি কয়—এইটো উল্লেখ কৰি তেওঁ ইতিকিং কৰিছে॥৪০॥