পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৯২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৮২ কদম-কলি সীতা আইৰ বাতৰি যদি হে কৈছু, | নকবি আৰু ঐ মোক! জনম দুখুনী আই সীত, শক্তি, শুনিলে বাঢ়িব শোক। যদিহে গাইছ নলৰ কাহিনী, নাগাবি বলগী আৰু; দময়ন্তী দুখে হিয়া ভাঙি নিব, না নাগে অলপো বাৰু। . চিন্তা বুৎসৰ। নাগাবি কাহিনী; | দ্ৰৌপদীৰ নকবি কথা। সতী জয়মতী আয়তী দুখুনীৰ | দুথত লাগিব ব্যথা। যদি হে গাইছ, বদন ফুকনে | কেনেকৈ আনিলে মান? কেনেকৈ মৰাণে