পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৯০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কদম-কলি। প্ৰিয়াই সঙ্গীত মোৰ গায়; সঙ্গীত, পৰণ ভিন্ন নাই; প্ৰত্যেক চৰণে চূমি প্ৰিয়া-ওঠ দুটি যৌৱন অমিয়া কৰি পান, চলে চৰি নতুন পুৰাণ।। ভাবনাই ভাবি আঃ কাল; প্ৰেমহীনে বয়স জঞ্জাল; প্ৰিয়া-হিয়া অমৃতৰ মধুৰ মৰি। কৰি পান অমৰ অতমা; যৌবনৰ নাই হেৰা সীমা। নকবা নকব! যেক বুঢ়া, বয়স বছৰ অহা ঘূৰা; চিৰানন্দ যৌবনৰ শুৱা বাতৰি; প্ৰিয়াৰ প্ৰেমৰ চকুজুৰি দিছে বাৰ্তা, তাতে আছে। বুৰি। ১৮৩৪ শক। আহিন, হাওড়া।