পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৮৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কদম কলি ৭৭ সংসৰ্গক কৰা তাদৃশ পাপীষ্ঠ সঙ্গে। যি স্থানত কৰিলে বসতি, কৌলীন্যৰ গৌৰব নিখুত, শ্ৰেয়ঃকল্প সিস্থানত বাস- পিতাদেউ। শৰ্মিষ্ঠাৰ বাক্যানলে দহিছে হৃদয় মোৰ! নোৱাৰো সহিব আৰু। মই { নোলাই মুখত আৰু কথা; নকওঁ সৰহ -- কিন্তু, হতভাগ্য যি জন পুৰুষে যৎকিঞ্চিত লাভ আশা কৰি উপাসে ধনীক, মৃত্যু তাৰ শ্ৰেষ্ঠ শতগুণে। [ আঁৰ-কাপোৰ] ১৮৩৩ এক ভদি, হাওড়