পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৭৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৬৯ কদম-কলি যযাতি- কি হে তুমি কেমুৱা বামুণ? পিয়াহত। অন্তে-কণ্ঠে শুকাইছে মোৰ ভাগৰত হাৰাশাস্তি মই। জল অম্বেষণ অৰ্থে। গৰিছে সত্বৰ; পানী খাই তৃষ্ণা কৰে। দূৰ। আপদ বামুণ! কিয় চিঞৰি পিছত কৰিছা আমনি? ফেৰু যেন বাঘৰ পিছত। ঘোল মোৰ কৰিছে শুৱনি, হাজাৰ হাজাৰ ঘোৰা; মুঠি নানি তাৰপৰা। ভাল ঘোৰা এটা, বহুৱা বামুণে আনিছে বতুৱা এটা! ধুমকেতুৰ নেজৰ নিচিনা। লাগিছে পিছত মোৰ!-~- বিদূষক- থাক থাক নামাৰিব। গপ! ঘোৰাশাল সুবুলিবা তাক। গৰ্দভৰ শাল সিটো নোহে ঘোৰাশাল। উদ্দেশ্ৰবা বাজী মোৰ ইৰো বাঞ্চিত। ত্যজি এনে অশ্ববৰ, অধিৰোহি গাধত তোমাৰ, ভদ্ৰলোক হৈ লাগিছিল আহিব হব? গাধ উদণ্ডই উজুটিক খাই, পেলাই বধক মোক; দুখুনী বামুণী মোৰ, খাই ৱাৰী ভাত, কটাওক জীৱন; তেহে সুখ লাগিব। তোমাৰ? মুশুননা তোমাৰ কথা উতনুৱা জা। মনে মনে থাকা-- যযাতি হৈছে! হৈছে! বুজিছে। সোপাকে! সামৰ।