এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
চন্দা, ৰাধাৰ দল
(গীত ।।
(বেহ গ-খেমটা )
তাই কিয় গালি পাৰি যায় ?
নােৰ পদুলিত চাই কিয় মুখ বজায় ?
দন্দুৰী নহওঁ ৰাধা,
পাই মােঃ গােটেই “চিং”,
যি আহে মুখত কি কিয় ফকফকায় ?
পৰে নিয়ক কৃষ্ণক মাতি,
ৰাধাৰ গাত কিহৰ ঘাটি ?
খােচোনাত কামুক ৰাধাই লুকাই থােৱা নাই
যাৰ বস্তু তাৰ ঘৰে ;
তাইৰ কিয় চকু পােৰে ?
সেইজনীৰ মুখত জানা লাজ-কাজ নাই !
কিয় গালি পাৰি যায় ?
১৮৩২ এক।
ঠে, হাওড়া ।