পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


চন্দা, ৰাধাৰ দল (গীত ।। (বেহ গ-খেমটা ) তাই কিয় গালি পাৰি যায় ? নােৰ পদুলিত চাই কিয় মুখ বজায় ? দন্দুৰী নহওঁ ৰাধা, পাই মােঃ গােটেই “চিং”, যি আহে মুখত কি কিয় ফকফকায় ? পৰে নিয়ক কৃষ্ণক মাতি, ৰাধাৰ গাত কিহৰ ঘাটি ? খােচোনাত কামুক ৰাধাই লুকাই থােৱা নাই যাৰ বস্তু তাৰ ঘৰে ; তাইৰ কিয় চকু পােৰে ? সেইজনীৰ মুখত জানা লাজ-কাজ নাই ! কিয় গালি পাৰি যায় ? ১৮৩২ এক। ঠে, হাওড়া ।