পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সত্য কোৱা (গীত) (ইংৰাজী সুৰ) সত্যে কোৱা প্ৰাণনাথ, কোন তোমাৰ আপোন? সত্যে কোৱা প্ৰাণধন, বুকুৰ বান্ধ কোন? নিৰাশা মৰৰ সুখ, আশা দুখৰ বাহ! আচল কথ ভূ পালে নেও শোকৃত জাহ। হেৰা সোণামণি মোৰ! নেও শোকত জাহ। ১৮৩১ শক। মাঘ, হাওড়া। ২ v১৬% মওৰ s, w~গV 2 v১০) এ অনন্ত আকাশে বহি কোন তোমালোক? কি কাৰণে ধ্যানমগ্ন, কিবা দুখ শোক? কি কামে নিবিষ্ট চিত্ত, বিবা ভাবে ভোৰ? সামান্য মানুহ মই নাই পোৱা ওৰ।