পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কদম-কলি চন্দ্ৰকান্ত, চন্দ্ৰধৰ নাম থৈ, হোজা বাপে পোক মাতে আদৰ কৈ, নাজানে সি নাম কাঠফুলা গজা, ভেকুৰা, মামৰে-খোৱা হে। জ্যোতিৰ্বিদে কয়, চন্দ্ৰ গ্ৰহ মৰা, জনপ্ৰাণীহীন গোটেই চন পৰা, কৃপাবৰে কয়, অতি ফটিকাৰ কৰ্ম্মফল ধৰি লোৱা 4 ১৮৩১ এক, আঘোণ। coLLEGE ঝাৰসোপোড়া। oN C০ | co কুলি | (ৰামপ্ৰসাদী সুৰ) আয়ে লুকাই পাৰিলে কণী।। কাউৰীৰ বাহত মনে মনে মোৰ আয়ে পাৰিলে কণী ৪ স্কুটিল কণী জগিলে। মই; কাউৰী মাহী তুলি লয়। আপোনাৰ পোৱালি ভাবি মুখত দিয়ে টোপকণি চকু মুদি খাই থাকি, উৰণীয়া পাই পাখি, চেগ বুজি ভুৰুংকৰে উৰি গলে। দূৰ বননি।