পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৮ কদম-কলি মাত্ৰ সৌন্দৰ্য্যৰ খনি; গোলপুৱা হাঁহি মুখত নধৰা, অন্তৰত কাল ফণী। কোমল অহাৰ, প্ৰেমমসু মন, | কোমল জুৰ হৃদয়; দিয়া যত দিনে ৰাতি মোৰ মন অচল অতল ২য় | কলিকতা। কোনে কলে সেয়া বাহী বাজে বুলি? । ধন-দেবী গীত গায়।। শেৱালিৰ মংলা নহয় এইধাৰ, | তাৰে শুথিছে হায়! নহয় ফুলনি, কুৱঁৰীসকল; দঢ়াই দঢ়াই কওঁ। গোলাপ নহয়, প্ৰিয়াৰ নয়ন, | দেখি থিৰ হৈ ৰওঁ। কোনে কয় সেইটি হৰিণা-পোৱালি? ইমান চেতনা নাই।