পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৩১ কদম-কলি। | ভাল হোৱা নামত নহয়। সুখ পোৱ দিঠকত হে ৰয়। ' • লাহে লাহে বন্ধু বাছি সব। তাতোকৈ লাহে হে সলাবা। সজ নাম সজ হৈ লবা। মিছা নাম নিটিকে জানিবাৰ ঈশ্বৰৰ গোটেই আশীষ, দীৰ্ঘ প্ৰাণ, স্বাস্থ্য অহৰ্নিশ।- ৪১ । বাট হওক কুসুম কোমল। ' ঘঁহি হওক প্ৰেমৰ সমল। আনন্দ লোতক চকু ভৰা! আশীৰ্বাদ এই মোৰপৰা।