পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কদম-কলি ঈশ্বৰৰ দান এই মানপ জনম; আজ্ঞা,-তুমি দিনে ৰাতি কৰি থকা শ্ৰম। x সুখ, দুখ, ভাল, বেয়া, তোমাৰ হাতত। আপোন কম-ফল; নাই কপলিত! কম কাম, কম শ্ৰম, কম ফল লাভ। বেছি এম, বেছি ফল; কি লাভ বিলাপ? ঈশ্বৰত অৰ্পি চিন্তা, দুং, শোক, তাপ,

  • গোঁজ পুতি নাও বান্ধা, নাথাকে সন্তাপ।

নিধনীৰো সুখ আছে অমিয়া অতুল। ধনীয়ে নাপায় তাৰ ভু আৰু কুল।। ৫ মুখৰ বন্ধুত্বপূৰ্ণ গোটেই পৃথিবী। ঠিক বন্ধু জীৱন্ত দুট। এটা পাবি।