পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কদম-কলি ১২৭ জুমুৰি, লেচাৰী, ছবি, দুলৰীৰ সুৰ, ২৪ কবিতা কদম-কলি ৰেণুৰেই পুৰ।। ইতিহাস বুৰঞ্জীৰ বগা গোফ-ডাঢ়ি! চিৰ যৌবনেৰে ভৰা কবিতা-কুৱৰী॥ ৭৫

বলেৰে শাসন জানা নহয় শাসন;

ধৰমত নাম তাৰ অন্যায় আচৰণ। ? দোষ খেচৰাই পায় উটা খেৰৰ জাজি। গুণ বিচৰালৈ থাকে তলিত মুক্তাৰাজি। , ০। ও সুখ নাই ,ধনে কি কৰিব? চকু নাই;-বেলি পোহৰিব? ভয়াতুৰ! নকৰিৰ পিছভৰি তুমি। " সাহ পাব যাওঁতেই; মাতে জন্মভূমি। যত