পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১২৪ কদম-কলি ৭V সাৰ মনৰ কম শুনি মাত। অসাৰৰ চোল দিন ৰাত। আশা মোৰ মন-ৰাওৰ ৰজা। | নিশাত প্ৰাণ মন ভজা || ০ Vচুটি জীৱনতো আছে ভদ্ৰকালৈ-কাল।

  • হেন জানি কিয় তুমি নোহোৱাহেঁ ভাল?

সজ চিন্তা যিহে দিব আনি, ? a৮° তাৰ তুমি হোৱ অনুগামী। স, ৫ - ঘৰৰ শুৱনি বন্ধুজন। | অস্তৰ শুৱনি ধৰ্ম্ম-ধন। a জানা তুমি প্ৰথমে নিভ ক। তৰ্কলৈ নানিবা ঈশ্বৰক।