পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১২২ কদম-কলি সকলো সুখত থাকক, মোৰ ইচ্ছা, ১৪ | সকলো দীৰ্ঘায়ু হওক। | ০ ৮ (আচৰণৰ সদা মিললৈ চকুতকৈ | সত্যৰ লক্ষ্য ভাল। ০২ সত্যৰ প্ৰতিষ্ঠা সত্যৰ সন্মান। সকাল, সকাল। মধ্যাহ্ সূৰ্যৰ দীপিতি পৰক গোটেই জীৱনটোত। পাপ-এন্ধাৰৰ ছাঁ কাষ সমূলি যেন নাহক। ” পোহৰত ফুলা ফুলৰ সুগন্ধে ভৰক জীৱন মোৰ। এন্ধাৰৰ কৃমি কীটৰ দুৰ্গন্ধ হওক দুৰতে দূৰ।। • স পৰত থাপা বিশ্বাস। বিশ্বাসে আনে বিশ্বাস। 25 / সাহতকৈ সহ্যগুণ ভাল। সুন্দৰতকৈ ধৈৰ্য্য চিৰকাল। ”