পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সুখীয়া আৰু দুখীয়া সুখী মই,-কামৰ অধীন। দুখী মই,বক্তা কৰ্মহীন। কামৰ সমাপতি ইজীৱনে কামৰ যে সমাপতি নাই। আৰম্ভণ, দৃষ্টান্তৰ মাৰ্থে। আছে ঠাই। সময় পলায় কাম কৰা, কাম কৰ। সময় পলায়। মধিব সকলে; জীৱ যি নডৰায়। শাওণ, হাওড়া। ভাগৰা কামত কেতিয়াবা। নিৰ্ম্ম। ভাগৰে ৰাত্ৰি দিব।