পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


উন্নতিৰ জখলা উন্নতিৰ জখলাত তেওঁ | এনেই উঠছে নাভাবিবা। টোপনিত থাকোতেই তুমি, তেওঁ কাম কৰিছে জানিবা? লক্ষ্য থিৰ কৰ। উদ্দেশ্য তোমাৰ; লক্ষ্যভ্ৰষ্ট যতন বিফল! সৰ্বপ্ৰাণ সৰ্বমন সঁপি; কাম কৰা, গাত পাবা বল। কাল্পনিক আদৰ্শ মনে গঢ়া আদৰ্শ নোপোৱা, পৃথিবীত যিমান বিচাৰা; যদি তুমি আদৰ্শৰ অনুৰূপ কৰি নিজক নগঢ়া