পৃষ্ঠা:কদম-কলি বেজবৰুৱা.pdf/১১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


আহক মৰণ ভয় নকৰে। সমুলি কিন্তু হওৰু তেওঁ, যি জানে এই নিঃকিনক, “বপুৰা বেচেৰা ৰুইছিল এজুপি অশোক, ফুলি যাৰ ফুল, অনেছে আসাম সদায়।” ১৮৩৫ শক। জেঠ, হাওড়া। ভদ্ৰ হোৱ, ভদ্ৰ হোৱা, ভদ্ৰ হোৱা ভাই। আনৰো ভদতা সি আনিব জগায় কৰ্ম্ম কাম কৰাঁ। মন প্ৰাণ ঢালি। সুফল আজি বা নতু কালি।