এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কদম-কলি
ভৈয়াইক মোৰ আলাস,
{চনিও নিচিনিলো।
হে চিনিও নিচিনিলো।
ডিঙিৰ সোণমণিটিক
এচাৰি ভাঙিলো,
হে এচাৰি ভাঙিলো।
আটোটোকাৰি বান্ধৈৰ
নাপালে। আঁকাল,
হে নাপালো আঁটকাল।
সঁফিৰ গেলেতীয়া বিষ
বল চিৰকাল,
হে ৰল চিৰকাল।
মৰি গৈ সোণ সৌ
তৰা এটি হল,
| হে তৰা এটি হল।
টুপি টুপি চকুৰ লোৰে
মোলৈ চাই ৰল,
| হে মোলৈ চাই ৰল।
সোণৰ শিকলিডালি
} চকুৰ লোৰে গোথা,
| হে চকুৰ লোৰে গোথা।
মোলৈ পেলাই দিয়া ধন,
ৰাখাঁ মোৰ কথা,