পৃষ্ঠা:কথা-গীতা.djvu/৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ভড়ালত যি অমূল্য সম্পত্তি দান কৰিলে, তাৰ কাৰণে অসমীয়া জাতি চিৰকাল তেওঁবিলাকৰ ওচৰত কৃতজ্ঞ থাকিব। দামোদৰ দেৱ বিজয়নগৰলৈ যোৱাৰ পাচত ভট্টদেৱ কিছুদিন বড়- নগৰতে থাকি তেওঁ ভাগৱত ব্যাখ্যা শেষ কৰি, স্থাৱলী। দামোদৰ দেৱৰ আজ্ঞা অনুসৰি পাটবাউসীলৈ আহে। তেতিয়া পাবাউসী সত্ৰত দামোদৰ দেৱৰ ভতিজাক কৃষ্ণ- দেৱেই প্ৰধান হৈ থাকে আৰু ভট্টদেৱে তাতে থাকি ভাগৱত পাঠ কৰি- ছিল। ভট্টদেৱ সংস্কৃত ভাষাতভক্তিসাৰ, ভক্তিবিবেকৰ নিচিনা গ্ৰন্থ আৰু অস। ভাষাত, কথা-ভাগৱত, কথা-গীতা আদি কেইবা খনিও গদ্যগ্ৰন্থ আৰু গুৰুবংশাৱলী, প্ৰঙ্গমালা আদি পণ্ঠন্থ লিখি থৈ গৈছে। ভট্টদেৱ এই দেশ ও জন্ম নলৈ ভাৰতবৰ্ষৰ আন দেশত জন্মিবলৈ হে'ৱাহলে, তেওঁ আজ সকলে। সভ্য জাতিৰণ কৰ লগত চিনাকা হলহেতেন। যশস্যাৰ শ্মশান ভূমি দয়া অসম দেশ ও জন্ম গ্ৰহণ কৰি প্ৰায় চাৰে তিনিশ বছৰৰ আগেয়ে তেও অমাৰ ভাষাৰ আৰু সাহিত্যৰ কি উন্নতি কৰি থৈ গৈছ ত ক আম অসমীয়া মানুহে নিজেই নাজানো, ইয়াতকৈ আৰু লাজ ৰ কথা কিবা আছেনে? ভট্টদেৱৰ এই নিয়েই প্ৰথম পু থ। দামোদৰ দেৱব শিষ্যত্ব গ্ৰহণ | কৰাৰ অলপ পাচতে দামোদৰ দেৱৰ আজ্ঞা মতে সাৰ। | তেওঁ এই পুথি ৰচনা কবে। এই পুথি সংস্কৃত ভাষা ও লিখা। সেই সময়ত বিজয়নগৰত যদুমণি চক্ৰবৰ্তী নামে এজন ৰাজপণ্ডিত আছিল। তেওঁ কেতিয়াবা কেতিয়াবা দামোদৰদেৱৰ লগত সাক্ষাত কৰি তেওঁৰ লগত আধ্যাত্মিক বিষয়ত আলাপ কৰি বড় আনন্দ লাভ কৰিছিল। এদিন যদুমণি চক্ৰবৰ্তীয়ে দামোদৰ দেৱক কলে যে শ্ৰীকৃষ্ণ ভগৱানৰ কলা অৱতাৰ হে পূৰ্ণ অৱতাৰ নহয়। দামোদৰ দেৱে