পৃষ্ঠা:কথা-গীতা.djvu/১২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কথা-গীত। তাৱত ভক্তি কৰিতেও হৰি তুষ্ট নই। এতেকে প্ৰাণীত ঈশ্বৰদৃষ্টি কৰিৰে লাগি ভগৱন্তে কহিলা। আকে জানি সাঁধানে আচৰি সদাই হৰি বোল হৰি। দ্বেষাদিচতুৰোলদাষান্ পৰিহায় হৰুে পদ। ভজতামাযঝুষেৎ স কৃষ্ণ শৰণং মম।