৬s
কথা-গীতা।
মন্দিৰ মাৰ্জনাদি কৰ্ম্ম প্রতিদিনে অচিৰে ; কতােসবে পঞ্চৰাত্রাদি
বিধি অনুসাৰে নিত্য পূজা কৰে ; কােসবে দণ্ডৱতে প্রদক্ষিণ
কৰি অন্টাঙ্গে প্রণাম কৰে ; কতোসবে অসন প্রাণায়ামাদি কৰি
নিতন্তে ধ্যান কৰে ; কতোসবে সকল লৌকিক বৈদিক কৰ্ম্ম
হৰিত সমর্পণ কৰে ; কতাে বিবেকীসবে সাধুসঙ্গ লৈয়া শ্রবণ-
কাৰ্তন কৰে ; কোনো সবে সবাতে বাসুদেব দৃষ্টি কৰি মােক
উপাসা কৰে । অত কতোসব অভেদ ভাবনা অচিৰে,
কতোসবে দাসেহিং ভাবনা কৰে। ক', 'সবে সর্বাত্ম! ভগবক
ব্ৰহ্মাৰুদ্ৰাদিরূপে সেব কৰে।
সর্বাত্মাকে প্রপঞ্চি কহন্ত। মঞি এতিনিহিত অগ্নিস্তোমাদি
ক্র। স্মৃতিবিহিত পপন্যজ্ঞাদিও মঞি। পিতৃৰ অনুশ্রদ্ধাদি, ধ!স্যা-
দিশস্য, ঔষধসব, মন্ত্রগণ. দুত অগ্নি হোম, পিতৃ কৰ্ম্মফলবিধাতা, পিতা-
মহ মাএ। জ্ঞাতব্য পাবন, প্রণব, খাক, সাম, যজু, ফলপােষক মঞি।
নিয়ন্তা সাক্ষ ভােণহান, ৰক্ষক হিতকর্তা, স্রষ্টা সংহৰ্তা অৰৰ লয়-
স্থান অবিনাশী কাৰণ মঞি। আদিত্যৰূপে গ্রীষ্মকালত তাপ মঞিসে
কৰাে। বৃষ্টিকালত মঞিসে বৰিষো, কদাচিত নবৰিষে।। জীবন
মৰণ দৃশ্য অদৃশ্য এইসব মেক মানি বহুধাৰূপে উপাস। কৰে।
এমনে বহুপ্রকাৰে ভগৱন্তৰ ভজনমার্গ আছে । তাৰ মধত কুনো
প্রকাৰে যি ভগৱন্তক নভজে তাৰ জন্ম মৰা দুৰ্বাৰ কহন্ত। যি
সব তিনি বেদোক্ত কৰ্ম্মপৰ হুয়া নানা দেবতাৰূপ মোক নজানি,
ভেদ দৃষ্টিকৰি দেবতাৰক ভজে, যজ্ঞশেষ অমৃত পান কৰি
নিস্পাপ হুয়া স্বৰ্গক প্রার্থনা কৰে, তাৰাসব যজ্ঞৰ ফল প্রার্থিত
পৃষ্ঠা:কথা-গীতা.djvu/১১৮
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
