পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সঁফুৰা লারণী হাঁহিয়ে প্রাণ হলে - নাহিব ঘুমটি আৰু ; নয়ন-অঞ্জন গুচোৱাঁহে, চাওঁ অপৰূপ ৰূপ চাৰু। হৃদয়ৰ মােৰ নিভৃত কুঞ্জ মােহ অন্ধকাৰে ভৰা। নীরে সুৰৱে! প্রাণত তােমাৰ চৰণ-ধ্বনি আজি বিশ্ব তােমাৰ ভৰা,- ভাহিছে, ভাহিছে, আহাঁ মােহন নিখিল ভুবন জিনি। তােমাৰ মিলন-হাঁহিত অখিল ধৰা। শুভ্র জ্যোৎস্না-মগ্না ধৰা, | হাঁহিব কিৰণ-ছাঁয়া খেলি হাঁহে লক্ষ গ্রহ-তৰা ; আহাঁ প্ৰাণৰ দুৱাৰ মেলি ; শুভ লগনে, নৱ কিৰণে, সখা আহাঁহে, আহাঁহে, আহাঁ প্রাণৰ নয়ন-মণি মােহন চৰণ-নূপুৰ বজাই ৰিণি। ১৯২০ পূণ্য আলােক আজি উঠে বসুধা বাজি নাচে কিৰণ মালা, মুগ্ধ মানৱ প্রাণ সুৱাগী জোনাকী জাকে উৰি কিননা পাকে পাকে বিচাৰে উলাহে সৱে তােমাৰ অমিয় জ্ঞান। বিডােল বসুধা আজি ৰূপালী পােহৰে সাজি উঠিছে আপুনি বাজি সুৱলা জীৱন-তান ; নিখিল ধৰণী জুৰি উৰিছে প্রেম-মাধুৰী, প্রকৃতি-হৃদয় ভৰি বাজিছে একেটি গান। পথাৰ-সমাৰ বিলে কিহৰ ছবিটি তােলে? অনন্ত আকাশ তলে কিহৰ অমিয়া-পান ? উদাস ভাৱেৰে কেনে বিচাৰে জুৰণি প্রাণে চলছে মহল তানে সুধা ভগবান