পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চন্দ্ৰ-সুৰ্য্য গ্ৰহ-তৰা নক্ষত্ৰ ৰাশিয়ে মৰতৰ পৰা সিংসা-দ্বেষ ঈৰ্ষানল জগতত প্ৰেম বিস্তাৰিব; একেবাৰে গুচিব তেতিয়া; বসন্তৰ আগতেই কেতেকীয়ে আহি | মুকলি চিতেৰে মন-মউপিয়াটিয়ে স্বৰ্গৰ বাতৰি আনি দিব পিব স্বৰ্গ সুখৰ অমিয়া। ১৯১৭ সৌন্দৰ্যকুঁৱৰী সৌন্দৰ্য্যকুঁৱৰী কেৱে তোমাৰ নিচিনা| মাজনিশা জোনটিয়ে গঁথা এনেকুৱা নাজানে মোহনী; মালাধাৰি জলধিয়ে পিন্ধে; তোমাৰ সুৱলা মাত সমুদ্ৰৰ ধীৰ টোপনিৰ কেচুৱাৰ দৰে আকৰ্ষণী বাণী যেন শুনি। বুকুখনি ভাবত ওফন্দে শুনি সেই সুমধুৰ স্বৰ, তোমাৰ গীতৰ বাবে তোমাৰ কাষত সাগৰো যে মোহিত মন্থৰ; অৱনত প্ৰাণ শ্ৰদ্ধা-ভৰে; ঢউ শোৱে কৰি চিকমিক্ বাৰিষা’ সমুদ্ৰ যেন উছলিছে হিয়া মুগ্ধ বায়ু’ দেখে সমাজিক পূৰ্ণ আৰু মৃদু আবেগেৰে। শ্ৰদ্ধা-প্ৰীতি নকা সাদী, মোৰ এই হিয়াখনি | বান্ধিছোঁ বুকত আজি দুগুণ হেপাহে নিমম শিলেৰে বন্ধোৱা ঢাল-তৰোৱাল খাৰ বাৰু”। পবিত্ৰ তোমাৰ প্ৰেম-মন্দিৰৰ পৰা কিন্তু এই ভাললোৱা এনে উৰণীয়া, দেখি মোক ৰণলে’ ওলোৱা। তুমিও নকবাঁ বেয়া বুলি নোৱাৰোঁ তোমাক দিব ভালপোৱা, প্ৰিয়া, হিয়াত আপিছোঁ সচা নতুন প্ৰণয়ী, লোৱ মোৰ শ্ৰদ্ধা-পুস্পাঞ্জলি। সমৰব প্ৰথম শতুক; স্বাধীন প্ৰণয় মাৰিলে ইটাৰ গড় নোহে বন্দীশাল প্ৰণয়ত যদি মই মুকলি-মুৰীয়া, লোহাৰেও পিঞ্জৰা নহয়; আত্মা মোৰ স্বাধীন সদায় স্বাধীন-চিতীয়া লোকে এই সকলোকে ওপৰত উৰি ফুৰা অৰা সকলে শান্তিৰ আশ্ৰম মানি লয়। তেনে মুক্তি বিচাৰি নাপায়। "