পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৪৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চাৰি আলি “তেন্তে আহোঁহক” বুলি খোজ ললোঁ;| “তেন্তে আহোঁহক”,-আন দিনাখন, অলপ পাছতে ঘূৰি সিদিনাও এনেকই চাওঁ, তেওঁ যায় উলাহী হিয়াৰে ঘূৰি চাই দেখো, তেওঁ খোজ দিলে পূৰ্ব পিনে মুখ কৰি। দখিণলে’ মুখকই। ঊষাৰ ৰাগেৰে ৰঞ্জিত হৃদয়, জুৰ জুৰ বয় সুগন্ধি মলয়, পখীৰ প্ৰভাতী গীত - আদৰণি যাচে আহি মতলীয়া হিয়া, উলটি চাবৰ চিৰ বসন্তৰ চিৰ সহচৰ নগল এফেৰি চিত আশাই মেলিলে পাহি আৰু মোৰ খোজ?-পছিমৰ পিনে, | আৰু মোৰ দশা?-উত্তৰৰ পিনে, বেলিৰ সমাধি যেনি; ঠেৰেঙা লগোৱা বাট; ছাঁয়া-অন্ধকাৰ ভাগৰ-নিৰাশা- মৃত্যুৰ নিশাহ যেন বতাহত বিষাদৰ আগমনি। পকে সৰে কুঁহিপাত। গধুৰ হৃদয়, দুশ্চিন্তা নিৰ্দয় চুচুক-চামাক, কেনেকই যাওঁ? আগলৈ নচলে পাই; হিংস্ৰ জন্তু গোজনি উলটি উভতি চাওঁ পিছলই, উলটি উভতি চাওঁ পিছলই এষাৰি মাতোতা নাই। নাই আশা-জিলিঙনি শুনী। বাগৰিল কেবাটি বছৰ- পোনতে যেতিয়া দেখো,কৰ আধা-ফুলা পদুম কলিটি কাৰ বাবে?-দেৱৰ? নৰৰ? তৃপ্তিপদ, তেও ক’ত তৃপ্তি?? মাতৃত্বৰ পুণ্য গৌৰৱত- মুখখনি কেনুৱা সুন্দৰ ফলময় দিব্য শৰতত কেবাটি বছৰ পাছে, - কেনে, বসন্তৰ পূৰ্ণ পয়োজৰ প্ৰীতি-পাৰিজাত এটি যেনে, মোহে মৰ্ত্য নোহে সৰগৰ শেষ দেখা, শেষ-শয়ানত, দেহ-আত্মা পূৰ্ণ জ্যেতিৰ্ময় জিনি শোভা সৰগ-মৰত তেওঁ আজি কৰে বিশ্ব জয় ৪৭