পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰিয়াৰ ৰূপ আৰু নুসুধিব, বসত ফুল তোমাৰ কণ্ঠেৰে দেখোন সিহঁতে ফুলবোৰ কিননা হয় গায় পঞ্চমত তুলি তোমাৰ দেখোন দেহ-ফুলনিতে বাৰ মাহ ফুলি ৰয় সুধিছাঁ, কলই গতি কৰে নিশা খহি পৰা তৰাবোৰে? কিয় সোধাঁ বাৰু কলইনো যায় লাগি আছে দেখোঁ তোমাৰ চকুতে সৌৰ জগতৰ দৰে তোমাৰ দেখোন নেঘেৰী খোপাতে জ্বলে সিও জিকিমিকি আৰু নুসুধিবা, কত বাহ লয় ফীনিক্স চৰাইটিয়ে কেলেই বুলিছাঁ বসন্ত গ'লেই তোমাতে যে সিও থাকে চিৰকাল, নাথাকে কেতেকী-কুলি তাতে মৰি মৰি জীয়ে সূৰুযৰ চিকিমিক প্ৰিয়াৰ প্ৰেম সি দুটি চকুৰে পিয়া মাথোঁ তুমি, তোমাৰ হাতত দিছিলোঁ সিদিনা পিম মই বুকু ভৰি; কেতকী পাহিটি গুজি; অমিয়া নালাগে, বাটিটিতে যদি | উপহাৰ বুলি নহয়, তোমাত চুমা এটি যোৱা এৰি। মৰহি নাযায় বুজি। বুকুত লাগিছে প্ৰেমৰ পিয়াহ, তাকে তুমি সুঙি, মুঠেই এবেলি, আৰু একো নিবিচাৰোঁ; দিলাঁ মোক ওলটাই; তোমাৰ ওঠৰ ৰহকণি পালে কেতকীৰ গোন্ধ নহয় এতিয়া, সকলো এৰিব পাৰোঁ। প্ৰিয়াহে মলমলায়। ৩৫