পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/৩৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় যৌৱন প্ৰেমগৰিমা সাগৰৰ হিয়া ভৰা মুকুতা মণিৰে, মুকুতা-তৰাই থাকে তিৰবিৰ কৰি, আকাশত ফুলে ঘূপিত; প্ৰেম মোৰ তাতোকে’ উজ্জ্বল। মোৰ এই বুকুখনি, এই বুকুখনি, শুৱনী গাভৰু, তুমি আহি তেনে মোৰ চেনেহীৰ ছবিটিৰে ভৰা। বহাঁ এই মহা হৃদয়ত; সাগৰ, আকাশ, মোৰ হিয়াঃ একেলগে বহল বহল বৰ সাগৰ আকাশ ঃ উজলক নৱ প্ৰণয়ত। বুকু মোৰ তাতোকে’ বহল; ১৯১৮ হৃদয়ৰাণী আহাঁ তুমি, হোৱাঁ মোৰ ৰাণী হৃদয়ৰ, এই উপহাৰ যদি বোলা হেপাহৰ, চাকি চাম দুয়ো সৰ সুখৰ আকৰ; | আহাঁ তেনে, হোৱাঁ মোৰ বাণী হৃদয়ৰ। যি সুখত নিমগন পৰ্বত-পাহাৰ, আকাশ-ভৈয়াম আৰু পথাৰ-সমাৰ। কলমউ পাত পাৰি দুবেলা দিন যোগাব আমাক ভাত ইয়াতে নিতউ; ৰচিম ফুলেৰে তাত শয্যা বিতোপন সুখ-সন্তোষেৰে তাকে কৰিম আহাৰ, থুপি থুপি কেউ কাষে অগুৰু চন্দন; গৰু-গাই মেলি আহি সদায় আমাৰ। মৃণালৰ খাৰু সাজি তোমাৰ কাৰণে পদুম পাতৰ চোলা গঢ়িম যতনে। গৰখীয়া লৰাবোৰে গীত-মাত গাই তুষিব আমাক আহি ইয়াতে পুৱাই; খোপাত কপউ ফুল নিউ পিন্ধাম, | এই সম্ভাষণ যদি বোলাঁ হেপাহৰ, কঁহুৱাৰ ফণি গাঁঠি মূৰ ফণিয়াম; আহাঁ তেনে, হোৱাঁ মোৰ ৰাণী হৃদয়ৰ। ১৯১৬ 00