পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ক অর্পণ “প্রতিমাৰ খনিকৰ আৰু “বীণ বৰাগী” সুকবি শ্রীচন্দ্ৰকুমাৰ আগৰৱালাৰ কৰকমলত “হাঁহি আৰু চকুলােৰ কৰুণ মিলন, | হৃদিসৰগত হয় মাধুৰী বিকাশ, এয়ে হায় মানৱ জীৱন ইন্দ্রধনু সাত বৰণীয়া ; খন্তেকীয়া কিৰণত প্ৰাণৰ পখিলা নাচে, আশি শিৰত লই প্রেমৰ সঁজুলি আনি খন্তেকৰ মধু পশন সাজে ঘৰ কৰি যুগমীয়া, তাৰ পাছে অশ্রু বৰিষণ ; ভাবে প্রেম যাউতিযুগীয়া দুদিনীয়া মানৱ জীৱন ইন্দ্রধনু সাতবৰণীয়া যৌৱন উথলি উঠে সেই পােহৰতে, | বিচ্ছেদৰ বানপানী ওফন্দি উঠিলে সুখৰ চৰায়ে গায় গান ; চেনেহৰ ছবিটি লুকায় ; কোনােবা দেশৰ পৰা উলাহত আহে উটি বিৰহ-সোঁতত পৰি প্ৰেমৰ মন্দিৰ ভাগে নজনানুশুনা এটি তান; জীৱন-সাধনা উটি যায়। আবেগত আকুল পৰাণ খন্তেকীয়া পােহৰ পলায় সুখৰ চৰায়ে গায় গান বিষাদৰ ডাৱৰত প্ৰেমৰ কিৰণ সানি | জীৱনৰ ইন্দ্রধনু গঢ়ে বিধাতাই “যদু” “ইন্দ্রধনুৰ সকলাে ৰণেই মন মােহা। চাই বৰ ভাল লাগিছে। বাৰে বাৰে চাবই লাগিছোঁ” - শ্ৰীৰজনীকান্ত বৰদলৈ। “নানা বিধৰ ভাব চমু দুই-চাৰি আষাৰ কথাৰে বিবিধ ছন্দত ব্যক্ত কৰি নেওগদেৱে শিল্পী কবিৰ পৰিচয় দিছে। সাহিত্যত “ইন্দ্রধনু”ৰ ঠাই নিশ্চয় ওখ। পঢ়ি আমনি নলগা হৈছে।” শ্ৰীদেৱানন্দ ভৰালি, সম্পাদক, অসম সাহিত্য সভা পত্রিকা। “গ্রন্থকাৰ কবিয়ে আন আন যিবােৰ কবিতাৰ গ্রন্থ লিখিছে সেইবােৰৰ মাজত এই “ইন্দ্রধনু” নিশ্চয় জিলিকি থাকিব।” শ্রীলক্ষ্মীনাথ বেজবৰুৱা, সম্পাদক, “বাঁহী”।