পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/১৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সঁফুৰা জিলিকে গছৰ সােণালী জেউতি, নাচে হালি-জালি গােলাপ কলিটি; গাওঁ আহাঁ তেনে আমিও আটায়ে নিজকে ভুলি। আঠত্রিশ কুৰি শতিকাৰ আজি নব উদ্যমেৰে নিদ্ৰাৰ সময় নাই, তাৰ সনয় নাই কাণ-সৰালিত দিন কটাবৰ হাঁহিছে নতুন পুৱাৰ সুৰুষ কাল উকলিছে চোৱা । চোৱাঁ চকু মেলি চোৱা। কাণে কাণে কয় পূত পৱনে- নিদ্ৰাৰ সময় নাই, তন্ত্ৰাৰ সময় নাই, উঠাঁহে অলস মাতে জগজ্জনে ; কলাঘুমটিৰ কাল উকলিল, লােৱাঁহে আদৰ, শত সমাদৰ সপােন নেওচি যােৱাঁ। নতুন কিৰণে যাচিছে। এক শতাব্দী গ’ল অতিবাহিত- | নিদ্ৰাৰ সময় নাই, তন্দ্ৰাৰ সময় নাই, এতিয়াও হেৰা লাগাঁ দিহাদিহি; সাধনা-কমল, কৰি টলমল। ভবিষ্য অতীত, সকলাে সচিত উপচি পৰিছে হিয়া।। তােমাৰ কামেৰে কৰাঁহি। ১৪/৪/২৩ ঊনচল্লিশ জননী, কত চেনেহৰ প্ৰাণ-সুৱাগী পিন্ধা কেনে মনমােহা, মাতৃভাষা -প্রাণ-পশা উদাৰ হৃদয়খনি, পৰশমণি- নােহোঁ ঋণী তােমাৰ সেৱাৰ- সরাতে তােৰ মউ বৰষা | এয়ে অভাগাৰ কত হিয়া সাগৰ মথি, চৰণে তােমাৰ চিৰ ভৰষা।। কত ছন্দে মালা গাঁথি, ১৯২৫ চল্লিশ মৰীচিমালা-শােভিতং বিহঙ্গছন্দোবৰ্দ্ধিতং পৱিত্ৰমদ্য প্রভাতং শৃণু ৰে সুখ-সংগীত