পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গীত-গন্ধময়ী বায়ু ; মহা মিলনৰ অমৃত-লহৰী ধন্য কৰাঁহি বাসনা জননী, হৃদয় বিয়পি বাজিছে ; পূজিছোঁ কমল চৰণে । তােমাৰ মধুৰ ছত্রিশ ৰাগিনী চৰণ-ৰেণুৰে পুস্পিত ধৰা, বিয়পে গগনে-পৱনে, হৃদয়ে হৃদয়ে পূত মিলনে, হিয়াতলি ভেদি মঙ্গল আৰতি, পাতিছোঁ ভকতি-থাপনা ; বাজিছে পৰাণে পণে। ছয়ত্রি ১৯২০ হৃদয় ভৰি বজোৱাঁহে আজি আকুল কন্ঠেদি বাগৰি বাগৰি মঙ্গল মৃদঙ্গ বাজনা ; আহিছে আকুল ৰাগিনীটি, পৰাণে পৰাণে উজােৱ আজি ভক্তি-চকুলাে এধাৰিৰ সৈতে সুমঙ্গল গীতি ৰচনা। হেঁপাহেৰে তাকে দিছোঁ গাঁথি। মন্দিৰে মন্দিৰে পূত-দেৱালয়ে পূজাৰ সঁজুলি যাচিছোঁ ইয়াকে ধূপ-গন্ধ দিয়াঁ উৰুৱাই, তৰুণ হিয়াৰ আবেগেৰে, পৰোঁ লুটি-পুটি বীণাপাণিপদে চোৱাঁ এটিাৰ কৰুণা-নয়না, প্ৰেমৰ শঙ্খ-মঞ্জিৰ বাই। কৰুণা-গালিত নয়নেৰে । পৰি সকলােৱে বাদেবী পদে, পৰি সকলােৱে জননীৰ পদে অৰপোঁ যতনে প্রীতি হিয়াৰ, অৰপোঁ দেবী প্রীতি হিয়াৰ, অবােধ সন্তান নুবুলি দেবীয়ে অবােধ সন্তান নুবুলি মাতৃয়ে লব লব লব পূজা-সম্ভাৰ। ল’ব ল’ব ল’ব পূজা সম্ভাৰ।। সাতত্রিশ (আজি) মালতী পাহিটি ৰঙতে প্রকৃতি কুঞ্জ মধু-গীতি গায়, চোৱাঁ,পৰিছে ঢলি ; কালিন্দ্রী অলি। (শত) হিয়াৰ আবেগে নাচিছে আহা, ঢালে প্রকৃতিয়ে মধুৰ হাঁহিটি, পদুমকলি নাচে উলাহতে কেতকী পাহিটি ; ধৰিছে মলয়ে উলাহ-চাপৰি, অখিল ধৰণী ৰঙতে শিয়াৰ কুঁহিপাতে নাচে আপােন পাহৰি ; নাচিছে হিয়া তুলি। ১৭