পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সফুৰা চৌবিশ প্রাণতে তােমাৰ ছবি আঁকিছিলোঁ জীৱন-নিকুঞ্জ ভৰি মমে মনে, সুখৰ মাধুৰী উৰি জীৱন-মৰুতে শান্তি লভিছিলোঁ ফুৰিছিল, সুখ-ৰেণু হৃদয়ৰ প্রতি ঘনে ঘনে। কোণে।। কৰুণা-নিদান বুলি কলুষ অন্তৰ দেখি উদাস অন্তৰ মেলি, আজি তুমি গলা এৰি তােমাৰেহে পূজা মই কৰিছিলোঁ আলাই-অথানি কৰি, অগাধ ৰাতি-দিনে।। সংসাৰ বনে।। পঁচি বহু দুখ-লাভ-ভাগৰে উঠিলোঁ হিয়াতে নজনা তৱ অপৰাধী আহি হৃদয়কৰী ফুলি ; তােমাৰ চৰণে মাগে সেই মনত পৰিল কোন সুন্দৰী প্রাণ-ভৰা এটি হাঁহি। আউলী-জাউলী চুলি নিচিনি তােমাক হিয়াতে অসাৰ সিসৱ বাসনা, মিলোঁ জগত মিছাতে ; প্রাণত দি গল যাতনা ; বেদনাৰ সুৰে বাজিছে। তাকে বেৰি ভাহি উঠিছে। এতিয়া তােমাৰে বাঁহী।। হৃদয়-পদ্ম পাহি। ছাবিশ কল্পনা-তুলিৰে আঁকিলোঁ এদিন, সকলাে হিয়াৰ গৌৰৱ তুমি, ফুলিব মালতী পাহি ; আশাৰ কুসুমকলি।। আমােল-মমালাব কুসুম-কানন, সকলাে হিয়াৰ মিলন-তন্ত্রীত ঢালিব মধুৰ হাঁহি। শুনা কি ৰাগিনী বাজে ; দিঠকে তাতেই ৰহন সানিলে, চোৱাঁহি হিয়াৰ নিভৃত কোণত উদিল সৌভাগ্য-বেলি ; মােহন মূৰতি ৰাজে।