পৃষ্ঠা:এমুঠি গীত আৰু কবিতা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সফুৰা মােহিনী এবাৰ দেখুৱাঁ তােমাৰ কৰোঁ আজি সেৱ, জাগাঁ ভীষ্মদেৱ, আজি তপােবন নিমান নিজম, গাণ্ডীৱধাৰী অৰ্জ্জুন বীৰ নুঠে আজি তাত সামৰ স্তৱ ; কম-ক্ষেত্র—মেলাঁহে নেত্র— যমুনা পুলিন নীৰৱ গহীন, পাঞ্চজন্য বাজিছে ধীৰ নুথলে যে তাত বাঁহীৰ ৰয় মােহিনী এবাৰ দেখুৱাঁ তােমাৰ বিশ কিয়-এনে মহা নিশা ঘুমটি ভাগিলে, ত্যাগৰ সিন্ধু মথি উঠাঁ আজি.. কিহৰ অমােঘ চিন্তা? | তুমি-পেলালাঁ খহাই হীন ৰাজ-বেশ, ইকিউ মুখনিত কিহৰ কালিমা ? দীক্ষিত প্ৰেমৰ মন্ত্রে ; গৰলে দহিছে শত মধুৰিমা | সেই-পুত্র-মুখখনি দুনাই নাচালাঁ, সউ-ভূমা কিনাে মােহিত কৰিছে, সুপ্ত-সুন্দৰীৰ মাধুৰী নিপিলাঁ - অসীমৰ জয়-ঘন্টা মউ-মাখি তুমি কৰ্ম্মী জীৱনৰ, ত্যাগৰ সিন্ধু মথি উঠা আজি বিশ্ব-প্রেম প্রতি ৰন্ধে। তুমি হে কৰ্ম্মবীৰ ত্যাগৰ সিন্ধু মথি উঠা আজি দেৱ-নিৰ্ম্মালি বজ্ৰকৰতালি, হায়-চলিব কতনা এইদৰে আহা, লােৱাঁহে নশিৰ হীন আত্মা-প্ৰৱঞ্চনা তুমি-এফালে দেখিছাঁ পাৰ্থিৱ সুখৰ এই-আতমাৰ পখী উৰি গুচি যােৱা, ছাইৰে বন্ধোৱা আলি ; নিজ সাধনাৰ থান বাঢ়ি লােৱাঁ ; সউ আনফালে চোৱা, অনন্ত-কলীয়া সন্মুখত গর্জে কৰ্ম্ম-সিন্ধু- মথাউৰি বিশ্ব-প্রেমেৰে বন্ধোৱা অনন্ত কালৰ বাজনা তােমাৰ শিৰতে মহা-মানৱৰ ত্যাগৰ সিন্ধু মথি উঠাঁ আজি পৰিছে মুক্তি-নিৰ্ম্মালি একৈ আহা আজি যে গহীন গভীৰ বৰষা কোনে সাজিছে স্নিগ্ধ ছবিটি। কোনে খেলিছে ডাৱৰে ডাৱৰে কিহে সাগৰ লহৰ ঢৌৱালে ? খেলা পাগলীৰ মেলা চুলিৰে ; হিয়া আনন্দেৰে বুৰালে- আজি ৰসাল শীতলা প্রকৃতি কিবা অতল ৰাগিনী মৰ্ম্ম-পূবশা ১১