পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তোমালৈ অপক্ষো কৰি আছো।
 : আই এম প্ৰাউড অৱ ইউ মাই চান।
 : থেংকচ্ দেউতা।
  মই পিছে যাওঁ এতিয়া। মই গৈ পোৱালৈক হয়তো ভৱিষ্যটো সলনি হৈ পৰিব। নোহোৱা হৈ পৰিব টাইম মেচিনৰ অস্তিত্ব। থাকিম কেবল তুমি, মা আৰু মই, একেখন ঘৰতে। এইবুলি কৈ দীপাংকৰ সোমাই গ'ল যন্ত্ৰটোৰ ভিতৰলৈ আৰু পলকতে অন্তৰ্ধান হৈ পৰিল। ড° বৰাও আগবাঢ়িল, বৰ্তমান, ভৱিষ্যত দুয়োটাকে সলনি কৰাৰ উদ্দেশ্যেৰে।

⸺⸺

এক ব্যৰ্থ যাত্ৰা/৬৪