পৃষ্ঠা:উৰহি গছৰ ওৰ.pdf/৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আকাশী বেলুন

 মন আৰু ভায়েক নয়নৰ ভাল কাজিয়া এখন লাগিল। ইমনহঁত আগদিনা মাকহতঁৰ লগত পূজা চাবলৈ গৈছিল। ইমনে কেইটামান গেচ দিয়া বেলুন কিনি আনিছিল। আনোতে জানো কম কষ্ট হৈছিল? গাড়ীৰ বাহিৰত বেলুন কেইটা দি সূতা কেইডাল ভিতৰৰ পৰা ধৰি আনিব লগা হৈছিল। আহিয়ে সি আলহী ঘৰৰ টেবুলখনৰ খুটাঁত ভালকৈ বান্ধি থৈ দুৱাৰখন জপাই থৈছিল যাতে কোনেও নিব নোৱাৰে। পিছে