পৃষ্ঠা:উৰহি গছৰ ওৰ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

এষাৰ...

সদায় দেখি থকা কিন্ত নজনা বহু কথাই কেতিয়াবা কেতিয়াবা অকণিহতঁক বৰ আমনি কৰে। সেয়েহে -তেওঁলোকৰ কৌতূহলক নিবাৰণ কৰা সামান্য প্ৰচেষ্টাৰে মোৰ
“উৰহি গছৰ ওৰ” অকণিহঁতৰ হাতত তুলি দিলো।
ভ্ৰুটি মাজনাৰে—


চিনাকি লেখিকা
জোনাকপুৰ, গুৱাহাটী-১৬
ফোন নং: ৯৮৫৯২৩৬০৬৭