পৃষ্ঠা:উৰহি গছৰ ওৰ.pdf/৩১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

উৰহি গছৰ ওৰ

মৃত খুড়া ভাল বিবুধিত পৰিল। ভটিজাক ছয় বছৰীয়া মামনক কেনোমতেই নিচুকাব পৰা নাই।

 অমৃত খুড়াৰ ঘৰ উখল মাখল। পূজাৰ বন্ধত ল’ৰা-ছোৱালীহঁতৰ সতে দুয়োজনী বায়েক আহিছে। ডাঙৰ বায়েকৰ যঁজা ল’ৰা তুষাল