ককাৰ লাখুটি
ককাই হৈ চৈ লগাই দিলে। সদায় থোৱা ঠাই দুৱাৰ চুকতে থোৱা ককাৰ লাখুটিডাল নাই.-“কোনে নিলিহঁত। বস্তুবোৰ কলৈ যায়।” ককাৰ ধৰ্মকিত কেনিও সাৰসুৰ নহ’ল।
ঘৰখন নিতাল মাৰিছিল। দুপৰীয়া খাই বৈ শুৱলৈ লোৱা বিজু,