পৃষ্ঠা:উৰহি গছৰ ওৰ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰ’দে ৰং ভাল পায়

 ৰিকি,ৰনী আৰু ৰুনী যেতিয়া আইতাকৰ ঘৰ পালেহি, তেতিয়া বেলি মূৰৰ পোন হ’বৰ হ’লহি। মাকে হ’লে খুৱাই ধুৱাই সিহঁতক সোনকালেই পঠিয়াইছিল।

 সিহঁতৰ এতিয়া গৰমৰ বন্ধ। আইতাকৰ ঘৰলৈ আহিবলৈ কুতুৰি আছিল। মাকে দুদিনমানৰ পিছত নিজে লৈ আহিম বুলিছিল। সিহঁতে