পাতাম্বৰী পুস্তক। মোৰ বাপ গুৰুজন তোমাৰ আবাস। হাৰিলে জিনিলে নাহি একোমতে লাজ॥ যতেক কুবুদ্ধি প্ৰভু মনে পৰিহৰা। মোৰ সঙ্গে চলহি৷ বাপেৰ পাৱে ধৰা। ৪৭৮॥ মোক লৈয়া চলাই ৰাওঁ ৰাজাৰ চৰণে। নুহি এথা নাহি আইছে চলত মৰণে ি হাসে অনিৰুদ্ধ শুনি বচন উবাৰ। কেনে শঙ্কা কৰা প্ৰিয়ে কুমাৰী ৰাজাৰ॥ ৪৭৯॥ কোলে লৈয়া উবাক নয়নে দিল। পানী। নকান্দা নকান্দা প্ৰিয়ে শুন৷ মোৰ বাণী॥ ক্ষত্ৰিয়েৰ ধৰ্ম্ম কথা শুনা কহু তোক বীৰেৰ নিয়ম যে বখানে তিনি লোক। 80. বাপ হৈয়া পুত্ৰক যুজিতে যেবে ইশ্চে। দোষ নাহি পিতৃক সংগানে ববি পাছে। যে বুলিছ মোৰ বাপ প্ৰচণ্ড অশুৰ দেখ শশিমুখী আজি গৰ্ব্ব' কৰা দূৰ |! 8-5। থাক' প্ৰাণেশ্বৰী আজি নিচিন্তি বসিয়া। কাহাৰ পৰাণে যাইব আমাক জিনিয়া॥ হেন কালে বানাশুৰ আসিল সসৈন্যে। ঊষাৰ আবাস বেঢ়িলেক তেতিক্ষণে॥ ৪৮২॥ ধৰ ধৰ বোল উথলিলা আচম্বিত। শুনিয়া কুমাৰা উৰা সে ভয়ে কাম্পিত কান্দিয়া কুনাৰী বোলে স্বামীৰ চৰণে। হৰি পৰশনে কবি পীতাম্বৰে ভণে। ৪৮
পৃষ্ঠা:উষা পৰিণয়.pdf/৯৯
অৱয়ব