এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
'পীতাম্বৰী পুস্তক। লাখে লাখে মত্ত্ব লৰিন হাতী। লেখ জোখা নাহি যতেক ৰথী। গগনে বেলু কিছু নাহি ভিন্ন। কেহো জানে ৰাত্ৰি কেহো জানে দিন॥ কোলাহল বোলে শ্ৰৱণ ফুটে। ভবাসে যেন জলেশ্বৰ উঠে॥ পদভবে মেৰু মন্দৰ লৰে। শাল তাল তক ভাঙ্গিয়া পৰে। 83 ৰাজা বানশুিৰ পৰিল বণে। সকলে দেৱ মনে মনে গুণে আজি বানাশুৰ হৈবে বিনাশ। কহে পীতাম্বৰ হৰিব দাস॥ ৪৬২ পদ। বৈসম্পায়নে বোলে কথা শুনা জন্মিজয়। বানাশুৰে সাজিল ত্ৰৈলোক্য ভৈলা ভগ্ন॥ সাৰথি সাজিল ৰথ বাজাৰ আদেশে। হেন মনে লৱে যেন উড়ায় আকাশে॥ ৪৬০ সাগৰ সদৃশ ঘোৰ অপৰূপ দেখি। সম থিউ কৰ্ণ দুই নিৰিমল আখি॥ হেন সহস্ৰেক ঘোৰ বেগ পৰচন্দ। সবাবে কান্ধত আৰোপিলা ইষাদণ্ড || 863 লোহিত পতাকা দিল ৰথৰ উপৰে। ৰাজাব প্ৰতাপ যেন মেৰু মহীধৰে কিঙ্কিনী শব্দ শুনি কণ্ঠত ঘোড়াৰ। কপোলে কপোলে দিল দৰ্পন সোণাৰ॥ ৪৬৫