সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পীতাম্বৰী, পুস্তক। পলি প্ৰমথগণ তিনি অক্ষৌহিনী!! সংগ্ৰামত শোণিতৰ বহে তৰদিনী 4 সংগ্ৰামঃ হাবিয়া সেনা বিমুখে পলায়। কামেৰ কুমাৰ তাক ধায় নাহি যায়॥ ৪৪৯১ পলায়। কতেক সেনা গেলা বহুদূৰ। শৰণ পশিল ৰথ আছে বানীশুৰ॥ প্ৰথম গণেৰ ভঙ্গ দেখি দৈত্যপতি। - ৰাজা মনে ৰোলে চোৰা বীব বড় অতি॥ ৩৫০- দেৱেৰ সহিতে যে কৰিল৷ ঘেৰ ৰণ। জিনিল অনেকবাৰ সৱ দেৱগণ॥ হেন শঙ্কৰৰ গণ আজি ভঙ্গ বণে। কালদণ্ড, সেনাপতি পৰিলা কেমনে॥ ৪৫.১ কোথাহতে আইল চুৰ নিৰ্ণয় নাজানি। মৰিল সংগ্ৰামে সেন, তিনি অক্ষৌহিনী॥ নাহিকে দোসৰ চুৰা একেশ্বৰে যুঝে। সংগ্ৰামে মত্ত্বৰ কি চেৰি নৰম বুঝে॥ ৪৫২ মানুষ হইয়া চোৰাৰ কি এনে সাহন। হস্তি ঘোৰা ৰথ সেনা পেয়ে যম পাশ॥ জামাতা হইবাক চোৰা হোৱে উপবোগ। মোক নজানিয়া: মাত্ৰ পাইলে কৰ্ম্মযোগ॥ ৪৫৩ ঊষা যেন চোৰা তাক অনুমানে বুঝি। যেৰে মোক ভজে কি জামাইৰ মনে ঝি। পণ্ডিত হইয়া চোৰা কেনে হেন কৰে। জন্যা অভিলাষ যবে বুলিলে আমাৰে। 858