সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

22. পীতাম্বৰী পুস্তক। ভিন্দিপান তোৰ ৰোষে মুষল প্ৰহাৰে। লাম্ফ দিয়া কুমাৰ আনিতে অস্ত্ৰ শৰে॥ সেই অস্ত্ৰ মাৰিয়া মেলিয়া যাবে ৰোধে মাৰিল প্ৰমথ গণ লক্ষেক আকাশে। 88৩। আকাশেৰ পথে কেনে পৰিল মহীত। দেখি কাল সেনাপতি দন্দ প্ৰকোপিত | ৰথে ছড়ি আইল তবে ছাড়িয়া আকাশ। ধনুৰ টঙ্কাৰ শুনি কাম্পে দিশ পান। 888 সহস্ৰ সহস্ৰ শৰ বহুত জোৰয়। অগনি কণিকা শৰমুখে নিকালয়॥ কালদণ্ডে বোলে শুনা অবোধ ছৱলি এখনে মাৰিব দেৱ হুমৰ শঙ্কাল॥ পৰিঘ পেলায়া যবে পাশিস শৰণে। তবে তোেক এখনে মাৰিব ঘোৰ ৰণে॥ তাৰ বোল শুনিয়া কুমাৰ কোপে কাপে। ৰখত ছড়িল তাৰ দিয়া একে ঝাম্পে ৪৪৬ হাতেৰ কাড়িয়া তাৰ লৈলেক কোদণ্ড। ধনুৰ টঙ্কাৰে মাথা কৈল দুই খণ্ড হাত পায় টানিয়া ছিঙ্গিলা বৰকোপে। ৰথে ৰথে মাৰিয়া বেঢ়াঁয়া ঝাপে ঝাপে॥ ৪৪৭ উপৰে। গজক মেলিয়া মাৰে গজক মাহুতে সহিত গজ যায় যম দ্বাৰে॥ ৰথ মেলি মাৰে বীৰ উপৰে সেনাৰ পৃথিবী ঢাকিয়া সেনা হৈল একাকাৰ। ৪৪৮