এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পীতাম্বৰী প্ৰস্তক। কালে, পাইলে তাঁ দিন ভাল মন্দ, হন্তি ঘোৰা যত, যত সেনা বল, গৰ্ব কৰে অকাৰণে। নাচিনে আনকি, মৰিব আমাৰ বানে — নাহাৰে॥ ৪৮ পাইক দেন। কোটি কৌটি। শেষ নাহি এক গুটি—নাহাৰে। আমাৰ সনে দ্বন্দ, আইল সমস্ত, বধিব সকল, কুমাৰৰ বাণী, দৈত্যগণে শুনি, কোপে খৰন্তৰ হয়৷। ছবি পবসনে, পীতাম্বৰে ভণে, ৭৯ পদ॥ চৌদিশে মাৰয় ধায়া — নাহাৰে। ৪০৯ বৈদম্পয়ানে বোলে শুন নৰপতি যাৰ। চৌদিশে বেড়িয়া দৈত্য বোলে মাৰ মাৰ কেহো গদ, কেহো শূল, কেহো দগৰ। পৰশু-অঙ্কুশ কেহো হানিল তোমাৰ॥ ৪১০ কেহো ধনু ধৰি হানে লাখে লাখে বান। খৰ্গ লৈয়া গেলে কেহ কৰো দুইখান॥ কেহ বোলে নামাৰ জীৱন্তে যাইবে৷ লৈয়া। যেকবে সে কৰে ৰাজা আপোনে দেখিয়া॥ ৪১১ ধৰ ধৰ শব্দ উঠিনা চাৰি পাশে। দানবেৰ কথা দেখি অনিৰুদ্ধে হাসে॥ সকলে শৃগালে চাহে সিংহ বধিবাবে। চুৰ কৰু দৈত্য আজি পবিব প্ৰহাৰে॥ ৪১২