সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

08 পীতাম্বৰী পুস্তক। 1 এবুলিয়া নাৰদে শিখাইলা মন্ত্ৰ গুটি। চিত্ৰলেখাই নাবতে পুছে পৰিপাৰ্ট॥ মুনিক প্ৰণামি চড়ি ৰথেৰ উপৰে। চিত্ৰলেখা চলি গেল নগৰ ভিতৰে॥ ২৭১১ জপিতে ২ মন্ত্ৰ নগৰ বোৰায়া মন্ত্ৰৰ প্ৰভাবে কেহ দেখিতে নাপায়। জয়পুৰ জিনিয়া যে দ্বাৰকা নগৰী। ফটিকে সন্তুগড় সোণাৰ ওঁৱাৰি। ২৭২ নগৰৰ শোভা সে কহিব একমুখে। চিত্ৰলেখা চাহিয়া সে বেড়ায় কৌতুকে অনন্তৰে গেল অনিৰূদ্ধৰ আবাসে। পালি প্ৰহৰীয়া দেখি হৈ গৈলা তৰালে। ২৭ সকল শৰীৰ কাম্পে তনু থিৰ নোহে। ৰথত চড়িল চিত্ৰলেখা ভয় মোছে। মুখত পৰাশ নাহি ৰোমাঞ্চ শৰীৰ। কোলাব মঞ্জিৰ যেন পৱনে অথিৰ॥ ২৭৪ কতোক্ষণে মনত তাস সামৰিয়া | গঢ় লঙ্ঘিবাক যায় মুনি হুমৰিয়া | উত্তৰ দুৱাৰে হলধৰক দেখিয়া। ভয়ে চিত্ৰ লেখা তবে আইলা বাস্তুবিৰা॥ ২৭৫ সে দুৱাৰ ছাৰিয়া যে লড়িলা দক্ষিণে। দেখায় লাঙ্গুলে বেঢ়ি আছে হনুমানে॥ ভয়ে পাছে গুছি যে লড়িলা পূৰ্ব্বদ্বাৰে। ধনু ধৰি আছে হবি ত্ৰিভুবন সাৰ॥ ২৭