এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পীতাম্বৰী গন্তক। বিদায় দিবৰো শুনি চিত্ৰলেখা অভাগিনী মবিব অনলে জাম্প দিয়া। আপোনে বায়ো কৈলাশ জনায়েকি দিশ পাশ যেন কথা শুনে মহামায়া॥ মুনিৰ বচন শুনি মেলানি মাগে সুন্দৰী থাক গোলাই বুলস কান্দিয়া। কৰে৷ প্ৰাণ পৰিহৰি কহে কবি পীতাম্বৰ নাবায়ন চৰণ বন্দিয়া॥ ২৬৭ -:::- ইতি শ্ৰীনাৰদ বদতি। চিত্ৰলেখাৰ কাৰুণ্য বচন শুনি মুনি বোলে মনে অসুখ নাভাবা অভাগিনী॥ তোহোৰ কাৰণে মোৰ বৰ মন জুবে। মোৰ এক মন্ত্ৰ তুমি শিখহ সত্বৰে॥ ২৬৮ মন্ত্ৰ শিখি সত্বৰে তামসী কৰি মায়া। সকলে পৰিব নিন্দে অচেতন হৈয়া॥ কুমাৰক ৰথে তুলি আঙ্কোৱাল কৰি। আপোন ইচ্ছায় চল শোণিত সবাক দেখিবি তই নাদেখিব তোৰ মন্ত্ৰে নিন্দে সবে হৈব নগৰী। ২৬৯ আনে। অচেতনে॥ এশুনিয়া তোক যদি কোপ কৰে হৰি। আপুনি আসিয়৷ তবে বুজাইব দৈত্যাবি॥ ২৭০