সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পীতাম্বৰী গুস্তক। কুমাৰক ছবিতে আপনি যাইবি মৰি। কহে পীতাম্বৰ কৰি বন্দিয়া আহৰি॥ ২৫৮ ( তথা ৰাগ ) | নজাৰো নছায়ে। নমৰিব আপন দোষে। গলায় বান্ধিয়৷ পাথৰ আইল গাঙ্গ তৰিবাৰ আশে যে॥ কাৰ বলে তয়ি গানবী চিত্ৰলেখা। যতেক বীৰে বাৰে কুমাৰ নাহি লেখা জোখা॥ ৫ সকল যাদৱে গ্ৰহৰ ধৰে কিবা ৰাজি দিনে। আছোক জনেৰ কাজ যাইতে নপাৰে পৰনে॥ পূৰ্বদ্বাৰে আছে হাতে বলুক ধৰিয়া। উত্তৰে হলধন আছে লাঙ্গন কৰি থিয়া। ২৬০০ পশ্চিম দ্বাৰে আছে। গকড় দেখি লাগে শঙ্কা। দক্ষিণত হনুমান আছে যে পুৰিল লঙ্কা॥ ৰতি মনে নুকাই আছে আপোনাৰ ঘৰে। চোখে চোখে বাপে মায়ে নিতে গ্ৰহব ধৰে। ২৬১ হাতে লৈয়া খান্দা গা পাইক কৌটা কৌটা। কবি আছে যনেৰ হত দেখি একলা গুটি॥ পথী দেখিয়া ৰথে চড়িয়া হাতে ধৰিয়া ধনু। আকাশ লঙ্ঘিবাক চাহে দেখিৰ। হালে তত্ত্ব | ২৬২ নাতে পাকে বাঘেৰ ছৱাল ৰাগে গ্ৰহৰ দিয়া। তাক হবিবাক কাছে হৰিণী আইলে বাপ্পা | পৰাণ হৰাইবাৰ তবে আইল পৰৰ কাছে। জীয়ন্তে পলাৰ ৰথে চড়ি চল আপোন বাজে॥ ২৬০