এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পীতাম্বৰী পুস্তক। ভাল নহে প্ৰভু অপোৰা বনত কেনেনো নিষ্ঠুৰ হিয়া। কেনে প্ৰাণনাথ গেল পলায়া॥ তোমাবইকাজ অগনি দিয়া মই জানো হেন মন তোমাৰ কি কাৰ্যে বঢ়াইবো দেহ৷। মদন বানে তনু মোৰ দছে, হৰিৰ দাস পীতাম্বৰে কহে॥ ১৭২ -::: বাগ অহিব। প্ৰভুবে কোন দোষে গলা পৰিহবি? তোমাক স্ত্ৰী বধ দিয়া মৰিবো অনল খায়৷ কান্দে উষা ৰাজাৰ কুমাৰী। ধ্ৰু॥ এখন আমাৰ সঙ্গে আছিলা কৌতুক ৰঙ্গে সমতি নেদে কথাত লুকায়া। সপনে ছলিয়া বাতি প্ৰাণ লৈয়া গেল কতি কেৱল শৰীৰখানি থৈয়া॥ কোপ কৰি গেলা কেনে • ডাক পাৰি উষ৷ সঙ্গে যাইবো দাসী হৈয়া দহে প্ৰাণ দাৰুণ কি দোষ দেখিলা মনে অভাগিনী। তাত কেনে পাতৈ মায়া অগনি॥ ১৭৩